চাকৰি বিচাৰি অহা যুৱতীৰ শ্লীলতা হানি কৰা চিকিৎসকক গ্রেপ্তাৰ
🔹 লখিমপুৰৰ অৰূপ কুমাৰ দত্তৰ কাণ্ডক লৈ তীব্র চাঞ্চল্য
বিশেষ বার্তা, ২৫ ফেব্রুৱাৰী : নিজ নার্ছিং হোমত নার্ছৰ চাকৰি বিচাৰি অহা এগৰাকী যুৱতীক অশালীন ব্যৱহাৰ কৰাৰ অভিযোগত নার্ছিং হোমখনৰ স্বত্বাধিকাৰ তথা জ্যেষ্ঠ চিকিৎসক অৰূপ কুমাৰ দত্তক কালি কাৰাগাৰলৈ প্রেৰণ কৰে লখিমপুৰ আদালতে৷ ডাঃ দত্ত লখিমপুৰৰ অভ্রনীশ হাস্পতাল এণ্ড ৰিছার্চ চেণ্টাৰৰ স্বত্বাধিকাৰ৷…
Read More...