বাৰপূজীয়াৰ পৰা পাঠশালালৈ অসম সাহিত্য সভাৰ পতাকা লৈ শুভযাত্ৰা
পাঠশালাত অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম পূৰ্ণাংগ অধিৱেশন
নিয়মীয়া বাৰ্তা, ৪ ফেব্ৰুৱাৰীঃ অসম সাহিত্য সভাৰ একাদশ বাৰ্ষিক বিশেষ বাৰপূজীয়া অধিৱেশনৰ পৰা অসম সাহিত্য সভাৰ সন্মানৰ 'পতাকা'খনি আজি ২০২৫ বৰ্ষত অনুষ্ঠিতব্য অসম সাহিত্য সভাৰ "সপ্তসপ্ততিতম পূৰ্ণাঙ্গ পাঠশালা অধিৱেশনঃ বজালী"লৈ কঢ়িয়াই অনা হয়৷ এই শুভযাত্ৰাত আদৰণী সমিতিৰ সাধাৰণ সম্পাদক গিৰিধৰ চৌধুৰী,…
Read More...