কলগাছিয়াৰ শিমলাবাৰীত মৰণফান্দসদৃশ দলঙেৰে যাতায়াত কণ কণ শিক্ষাৰ্থীৰ
🔹 পকী দলং বিচাৰি 'হিমন্ত মামা'লৈ কাতৰ আহ্বান
নিয়মীয়া বাৰ্তা, ৫ ফেব্ৰুৱাৰী : বৰপেটা-বঙাইগাঁও জিলাৰ সীমামূৰীয়া আৰু উত্তৰ অভয়াপুৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত শিমলাবাৰী গাঁৱৰ মাজেৰে যোৱা ভোগডুবি মৰানৈৰ ওপৰত থকা ভগা কাঠৰ দলংখন মৰণফান্দত পৰিণত হোৱাত আজি একাংশ কণ কণ ছাত্ৰ-ছাত্ৰীয়ে ভগা দলঙৰ ওপৰত থিয় হৈ প্ৰতিবাদ সাব্যস্ত কৰে। 'হিমন্ত মামা আমাক দলং লাগে,…
Read More...