হোজাই জিলা জাতীয় বিদ্যালয় সমন্বয়ৰক্ষী সমিতিৰ ত্ৰি-বাৰ্ষিক অধিৱেশন
নিয়মীয়া বাৰ্তা, ২৩ জানুৱাৰী : ২০২০ চনত গঠিত হোজাই জিলা জাতীয় বিদ্যালয় সমন্বয়ৰক্ষী সমিতিৰ ত্ৰি-বাৰ্ষিক অধিৱেশন আজি জাতীয় বিদ্যালয় হোজাইৰ ব্যৱস্থাপনাত অনুষ্ঠিত হয়। জাতীয় বিদ্যালয় হোজাইৰ প্ৰাংগণত দিনজোৰা কাৰ্যসূচীৰে আৰম্ভ হোৱা এই অধিৱেশনৰ পতাকা উত্তোলন কৰে সমিতিৰ সভাপতি অতুল বৰাই। ইয়াৰ পিছত জাতীয় বিদ্যালয়ৰ পতাকা উত্তোলন কৰে জাতীয় বিদ্যালয়…
Read More...