ৰামলালাৰ বন্দনাৰে মুখৰিত নগৰবেৰাৰ আকাশ-বতাহ
নিয়মীয়া বাৰ্তা, ২২ জানুৱাৰী : অযোধ্যাত ভগৱান শ্ৰীৰামৰ প্ৰাণ প্ৰতিষ্ঠাক লৈ নগৰবেৰাতো উখল-মাখল পৰিৱেশ। সকলোৰে মুখে মুখে জয় শ্ৰীৰাম ধ্বনি | বাইক ৰেলীৰ উপৰি অঞ্চলটোৰ মন্দিৰে-মন্দিৰে ৰাম ৰাম ধ্বনি। জয় শ্ৰীৰাম ধ্বনিত মুখৰিত নগৰবেৰাৰ আকাশ-বতাহ | দিনজোৰাকৈ চলা এই বিশেষ মাংগলিক কাৰ্যসূচীত আয়তী নাম, হৰিনামৰ ধ্বনিত অঞ্চলজুৰি বিশেষ আধ্যাত্মিক পৰিৱেশ পৰিলক্ষিত…
Read More...