ৰেচন কাৰ্ড থকা পৰিয়ালে লাভ কৰিব বিনামূলীয়া জীৱন বীমা : মুখ্যমন্ত্ৰী
ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত যোৰহাটত ৬৩২৮ মহিলাক ৰেচন কাৰ্ড বিতৰণ
বিশেষ বাৰ্তা, ২৩ জানুৱাৰীঃ বিজেপি দলে গ্ৰহণ কৰা প্ৰতিটো আঁচনিৰ মূল লক্ষ্য অন্ত্যাদয়। বিজেপি দলৰ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ মূল কাৰ্যসূচী হল লক্ষ্য অন্ত্যাদয়,পন অন্ত্যাদয় আৰু পথ অন্ত্যাদয়। অন্ত্যাদয় মনেই হল সমাজৰ শেষৰ গৰাকী ব্যক্তিৰ জীৱনলৈ সুৰুজৰ কিৰণ কঢ়িয়াই অনা। সমাজৰ শেষৰ জন…
Read More...