অস্বাভাৱিকভাৱে কমিছে ঢকুৱাখনাৰ কোৱাবাৰী দলনিৰ জলপৃষ্ঠ
🔹 উদ্বেগজনকভাৱে হ্ৰাস পাইছে পৰিভ্ৰমী পক্ষীৰ আগমন : চিন্তিত প্ৰকৃতিপ্ৰেমী
নিয়মীয়া বাৰ্তা, ৯ জানুৱাৰী : শীতৰ আগমনৰ লগে লগে দেশী-বিদেশী পক্ষীকুলৰ কল-কাকলিৰে মুখৰ হৈ উঠা অসমৰ লৈ-বিল-পিটনিসমূহত বিগত বর্ষসমূহত অভাৱনীয়ভাৱে হ্রাস পাইছে পৰিভ্ৰমী বিহংগৰ সংখ্যা। পৰিভ্ৰমী চৰাইৰ বাবে জনাজাত ঢকুৱাখনাৰ কোৱাবাৰী দলনিত এইবাৰ আগমন হোৱা নাই পৰিভ্ৰমী পক্ষীৰ। পৰিভ্ৰমী…
Read More...