সৰুক্ষেত্ৰীত পিএমৱাই গৃহপ্ৰাপকৰ ঘৰে ঘৰে আৰক্ষীৰ অভিযান
✅গৃহ সম্পূৰ্ণ নকৰা হিতাধিকাৰীক সকীয়নি
✅দহ দিনত সম্পূৰ্ণ নকৰিলে হব ৰঙাঘৰৰ আলহী
নিয়মীয়া বাৰ্তা, ৮ জানুৱাৰীঃ সম্প্ৰতি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰে ৰূপায়ণ কৰা অভিলাষী আঁচনিৰ ক্ষেত্ৰত অসমৰ ভিতৰত বৰপেটা জিলাখনে প্ৰথম স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে। যদিও বৰপেটা জিলাৰ সৰুক্ষেত্ৰী সমষ্টিৰ ১০খন পঞ্চায়ত সন্নিবিষ্ট পাকাবেতবাৰী…
Read More...