নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Category

আঞ্চলিক

নিবনুৱালৈ সুখবৰ : শিক্ষা বিভাগত ১৪২২৩ খালী পদৰ বিজ্ঞাপন প্ৰকাশ

বাৰ্তা ডিজিটেল ডেস্ক, ২৮ ডিচেম্বৰঃ চৰকাৰী চাকৰিপ্রত্যাশী নিবনুৱাৰ বাবে সুখবৰ৷ ৰাজ্যৰ শিক্ষা বিভাগে ১৪,২২৩টা শিক্ষক পদৰ বাবে বিজ্ঞাপন প্রকাশ কৰিছে৷ প্রাথমিক শিক্ষা সঞ্চালকালয়ৰ অধীনত নিম্ন প্রাথমিক বিদ্যালয়ত ৩,৮০০টা সহকাৰী শিক্ষক পদ, উচ্চ প্রাথমিকত ১,৭৫০টা বিজ্ঞান আৰু হিন্দীৰ সহকাৰী শিক্ষক পদ, মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ অধীনত বিভিন্ন প্রাদেশীকৃত…
Read More...

পৃথক বৰাক : চৰকাৰৰ ইতিবাচক সঁহাৰি নাপালে বিডিএফৰ বৃহত্তৰ আন্দোলন- প্ৰদীপ দত্তৰয়

নিয়মীয়া বাৰ্তা, ২৭ ডিচেম্বৰ : শিলচৰ চহৰৰ বিভিন্ন জনবসতিপূৰ্ণ স্থানত বৰাক পৃথক কৰাৰ দাবীত বৰাক গণতান্ত্ৰিক ফ্ৰণ্টে…

দীপাংকৰৰ আত্মহনন : অতিৰিক্ত মুখ্য সচিব পর্যায়ৰ তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

বিশেষ বার্তা, ২৭ ডিচেম্বৰ : আৰক্ষীৰ অমানুষিক শাৰীৰিক–মানসিক নির্যাতনত দিশহাৰা হৈ তিতাবৰ বিৰিণাশায়েক অঞ্চলৰ দীপাংকৰ…

মৰিগাঁৱৰ হাঁহচৰাত ভয়াৱহ অগ্নিকাণ্ডত বিস্তৰ ক্ষতি

নিয়মীয়া বাৰ্তা, ২৭ ডিচেম্বৰ : মৰিগাঁও জিলাৰ হাঁহচৰা ধলাপাৰাত ভয়াৱহ অগ্নিকাণ্ড সংঘটিত হয়। অগ্নিকাণ্ড কেইবালাখ টকাৰ…

বালিপৰাত সংগীতানুষ্ঠান : ভগ্নী জংকীক সুঁৱৰি উচুপি উঠিল জুবিন

নিয়মীয়া বাৰ্তা, ২৭ ডিচেম্বৰ : শোণিতপুৰৰ বালিপৰা মজলীয়া বিদ্যালয়ৰ শতবৰ্ষৰ সামৰণী অনুষ্ঠানৰ মূল সাংস্কৃতিক সন্ধ্যাৰ…

বালিপৰাত জুবিন গাৰ্গৰ সংগীতানুষ্ঠানৰ মাজতে পৃথক পথ দুৰ্ঘটনাত পাঁচজনৰ প্ৰাণহানি

নিয়মীয়া বাৰ্তা, ২৭ ডিচেম্বৰ : শোণিতপুৰৰ বালিপৰাত যোৱানিশা বালিপৰা মজলীয়া বিদ্যালয়ৰ শতবৰ্ষৰ সামৰণী অনুষ্ঠানৰ মূল…