ডুমডুমাত মহিলাই এম্বুলেঞ্চতে প্ৰসৱ কৰিলে চাৰি কন্যা সন্তান
নিয়মীয়া বাৰ্তা, ২২ ডিচেম্বৰ : ডুমডুমা এফ আৰ ইউলৈ প্ৰসৱ বেদনাত ছটফটাই থকা এগৰাকী মহিলাক আজি এখন ১০৮ এম্বুলেঞ্চেৰে লৈ অনাৰ পথত বাটতে মহিলাগৰাকীয়ে এম্বুলেঞ্চৰ ভিতৰতেই চাৰিটা কন্যা সন্তান প্ৰসৱ কৰে। বৰ্তমানে সন্তানকেইটা আৰু মাতৃগৰাকী সুস্থ অৱস্থাত আছে বুলি জনা গৈছে । জানিব পৰা মতে, ধলাৰ ন-কটা গাঁৱৰ মহিলাগৰাকীৰ আজি পুৱা প্ৰসৱজনিত বেদনা আৰম্ভ হোৱাত…
Read More...