ৰয়েল গ্ল’বেল ইউনিভাৰ্ছিটীৰ একাডেমিক ব্লক উদ্বোধন মুখ্যমন্ত্রীৰ
🔴শিক্ষাৰ্থীক সপোন-আকাংক্ষা পূৰণত মনোনিৱেশ কৰাৰ আহবান
বাৰ্তা ডিজিটেল ডেস্ক, ২১ ডিচেম্বৰঃ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি বেতকুছিস্থিত ৰয়েল গ্লবেল ইউনিভাৰ্চিটীত অনুষ্ঠিত এক কার্যসূচীত বিশ্ববিদ্যালয়খনৰ জি, এইচ আৰু আই একাডেমিক ব্লকৰ শুভ উদ্বোধন কৰে৷ উল্লেখ্য যে অত্যাধুনিক সুবিধা বিশিষ্ট এই একাডেমিক ব্লক আঠ মাহৰ ভিতৰতে সম্পূর্ণ কৰা হৈছে৷…
Read More...