শিৱসাগৰৰ বোমা বিস্ফোৰণ সন্দৰ্ভত আৰক্ষীৰ জালত আলফাৰ লিংকমেন
নিয়মীয়া বাৰ্তা, ১৮ ডিচেম্বৰঃ বিগত ৯ ডিচেম্বৰৰ নিশা শিৱসাগৰ চহৰৰ সমীপৰ জয়সাগৰস্থিত চি আৰ পি এফৰ শিবিৰৰ সমীপত সংঘটিত সন্দেহজনক বোমা বিস্ফোৰণৰ ঘটনাৰ সম্পৰ্কত শিৱসাগৰ আৰক্ষীয়ে চাৰিজনকৈ সন্দেহজনক আলফা স্বাধীনৰ লিংকমেনক আটক কৰাৰ বাতৰিয়ে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ আলফা স্বাধীনৰ তৰফৰ পৰা সেই দিনা বোমা বিস্ফোৰণ সংঘটিত কৰা বুলি দাবী কৰাৰ বিপৰীতে এটা…
Read More...