নৃত্য-গীতেৰে উথপথপ পাঠশালাৰ ভগৱতী ক্ষেত্ৰ
🔹 সাধনাৰ বাবে নিৰীক্ষণ-পৰ্যবেক্ষণৰ প্ৰয়োজন : তৰালি শৰ্মা
নিয়মীয়া বাৰ্তা, ১৭ ডিচেম্বৰ : "আপোনালোকে যি শিকিছে, যি জানে, সেয়া সুন্দৰকৈ প্ৰদৰ্শন কৰক। আপোনালোকে নিজক বিচাৰ কৰিবলৈ এখন সুন্দৰ প্লেটফৰ্ম পাইছে। তাৰ সদ্ব্যৱহাৰ কৰক। এই চেষ্টা বা চৰ্চা সাধনাৰ এটা অংশহে। সাধনাৰ বাবে অবজাৰভেচনৰ দৰকাৰ। কেনেকৈ চিন্তা কৰে, কেনেকৈ খায়, কেনেকৈ পিন্ধে ইত্যাদি…
Read More...