ৰূপহীহাটত পথ দুৰ্ঘটনাত আহত ৩
নিয়মীয়া বাৰ্তা, ১ ডিচেম্বৰ : ৰূপহীহাটৰ বালিকাত আজি দুপৰীয়া এক ভয়ংকৰ পথ দুৰ্ঘটনা সংগঠিত হয় ৷ তীব্ৰবেগী বাইকে নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰিল দ খাৱৈত ৷ উক্ত পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় ৩গৰাকীকৈ বাইক আৰোহী ৷ আহত বাইক আৰোহীকেইজনক ৰাইজৰ তৎপৰতাত শিঙিমাৰী প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত ভৰ্তি কৰোৱা হয় হয় যদিও এজনৰ অৱস্থা অতি সংকটজনক হোৱাত উন্নত চিকিৎসাৰ বাবে…
Read More...