ধনৰ বিনিময়ত পদবী বিক্ৰী ঢকুৱাখনা ব্লক কংগ্ৰেছৰ!
নিয়মীয়া বাৰ্তা, ২২ নৱেম্বৰঃ ৰাজ্যৰ প্ৰধান বিৰোধী দল অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ লখিমপুৰ জিলা কংগ্ৰেছৰ অন্তৰ্গত ঢকুৱাখনা ব্লক কংগ্ৰেছ কমিটীৰ সভাপতি আৰু সম্পাদকৰ বিৰুদ্ধে ধনৰ বিনিময়ত দলীয় পদবী ভঙা পতাৰ অভিযোগ তুলি অসম প্ৰদেশ কংগ্ৰেছ কমিটী আৰু লখিমপুৰ জিলা কংগ্ৰেছ কমিটিলৈকো অভিযোগ পত্ৰ দাখিল কৰাৰ তথ্য পোহৰলৈ অহাত স্তম্ভিত হৈছে ঢকুৱাখনাৰ সচেতন মহল৷ কেৱল…
Read More...