ভূৰাগাঁৱত গঁড়ৰ আক্ৰমণত দুজন গুৰুতৰভাৱে আহত
নিয়মীয়া বাৰ্তা, ১৮ নৱেম্বৰ : মৰিগাঁও জিলাৰ ভূৰাগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত পাভকাটি চাপৰিত গঁড়ৰ আক্ৰমণত আহত হয় দুজনকৈ লোক। পাভকাটি চাপৰিত পুৱা ৬ বজাত ঘৰৰ পৰা ঘাঁহ কাটিবলৈ ওলাই যাওঁতেই গঁড়ৰ মুক্ত বিচৰণ প্ৰত্যক্ষ কৰি দৌৰি পলাব বিচাৰোঁতে গঁড়ৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় দুজনকৈ লোক। আহত লোক দুজন ক্ৰমে নুৰ মহম্মদ (৩০) আৰু আনাৰুল ইছলাম (২২) । পৰৱৰ্তী সময়ত…
Read More...