চৰকাৰী বন্ধৰ আনুষ্ঠানিক ঘোষণা ৰাজ্য চৰকাৰৰ
বিশেষ বাৰ্তা, ২ নৱেম্বৰঃ চৰকাৰী বন্ধৰ তালিকা আজি আনুষ্ঠানিকভাৱে প্রকাশ পাইছে। এই তালিকাত ৰাজ্যপালে অনুমোদন জনাইছে। ৰাজ্য চৰকাৰৰ সাধাৰণ প্রশাসন বিভাগৰ আয়ুক্ত সচিব এম এছ মণিৱন্নন স্বাক্ষৰিত এই তালিকা প্রকাশ কৰিছে৷ সেই অনুসৰি ২০২৪ বর্ষত ৰাজ্যৰ চৰকাৰী বন্ধৰ সংখ্যা হৈছে ৩৬ দিন৷ ৰাজ্য চৰকাৰৰ অধীনৰ সকলো কার্যালয় তথা সকলো ৰাজহ আৰু দণ্ডাধীশ আদালতৰ…
Read More...