আজিৰ দিনটোৰ ৰাশিফল
আজি ৭ অক্টোবৰ, আহিন মাহৰ ১৯ তাৰিখ
শনিবাৰঃ তিথি–কৃষ্ণা অষ্টমী, নক্ষত্রঃ পুনর্বসু, যাত্রাঃ নাই৷
মেষঃ কোনো কামৰ বাবে চুক্তিবদ্ধ হ’ব পাৰে অথবা নতুন কোনো সংস্থাৰ পৰা স্বীকৃতি পাব৷ শৰীৰ খুব ভালেৰে যোৱা টান হ’ব৷ শুভ ৰং ৰঙা৷ শুভ সংখ্যা ১৷
বৃষঃ কর্মস্থানত আৰু পাৰিবাৰিক ক্ষেত্রত খুব উৎসাহজনক দেখা নাযায়৷ নিজে ভবামতে সকলো দিশেই ভাল ফল নাপাব৷ শুভ ৰং নীলা৷…
Read More...