জোনাইত শ্ৰমিকৰ ন্যায্য মজুৰিৰ দাবীত প্ৰতিবাদেৰে পথ নিৰ্মাণ বন্ধ
জোনাইত কালোৱালা নামৰ পথ নিৰ্মাণকাৰী সংস্থাৰ বিৰুদ্ধে শ্ৰমিকৰ মাজত তীব্ৰ ক্ষোভ আৰু উত্তেজনাৰ সৃষ্টি হৈছে। নিয়মিতভাৱে প্ৰাপ্য মজুৰি আদায় নিদিয়াৰ অভিযোগ তুলি আজি পুৱাৰে পৰা তিনি শতাধিক শ্ৰমিকে সম্পূৰ্ণৰূপে কাম-কাজ বন্ধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।
উল্লেখযোগ্য যে চিলাপথাৰ কুলাজানৰ পৰা জোনাই সীমান্ত অয়ানলৈ নিৰ্মাণাধীন চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ…
Read More...