সদ্যঘোষিত অসম লোকসেৱা আয়োগৰ পৰীক্ষাত উজলিল শিৱসাগৰৰ নম্ৰতা গগৈ
সদ্যঘোষিত অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাত অসম অসামৰিক সেৱা বিভাগত ২৮সংখ্যক স্থান দখলেৰে শিৱসাগৰ জিলাৰ বৃহত্তৰ শ'লগুৰি মৌজালৈ গৌৰৱ কঢ়িয়াই আনিলে শ'লগুৰি নিৱাসী অৱসৰপ্ৰাপ্ত শিক্ষক, সমাজকৰ্মী বীৰেশ্বৰ গগৈৰ নাতি তথা অৱসৰপ্ৰাপ্ত জিলা পৰিবহণ বিষয়া বুবুল গগৈৰ দুহিতা নম্ৰতা গগৈয়ে।
গুৱাহাটীৰ ছেইণ্ট মেৰীজ বিদ্যালয়ৰ পৰা উচ্চ মাধ্যমিক, কটন…
Read More...