মায়ং সংৰক্ষিত বনাঞ্চলত গছ কাটি থকা অৱস্থাতে ৰঞ্জিত ৰাভাক আটক
নিয়মীয়া বাৰ্তা, ২৪ ছেপ্টেম্বৰ : পশ্চিম কামৰূপ বন সংমণ্ডলৰ লোহাৰঘাট বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত মায়ং সংৰক্ষিত বনাঞ্চলত শাল আৰু ভোমোৰা গছ কাটি থকা অৱস্থাতে দুৰ্ধৰ্ষ চোৰাং কাঠ বেপাৰী ৰঞ্জিত ৰাভাক আটক কৰে বন বিভাগৰ দলে। কাঠ বেপাৰী বিভিন্ন গছ কটা সামগ্ৰীও জব্দ কৰে বন বিভাগৰ দলটোৱে । উল্লেখ্য যে লোহাৰঘাট বনাঞ্চলিক কাৰ্যালয়ৰ ৰেঞ্জাৰ চেমীম আখতাৰৰ…
Read More...