বিশ্বনাথৰ আকাশ বিজ্ঞান কেন্দ্রত জার্মানীৰ শিক্ষানুৰাগী
বিশেষ বার্তা, ২২ ছেপ্টেম্বৰ : ৰাজ্য চৰকাৰৰ বিজ্ঞান জনপ্রিয়কৰণৰ শ্রেষ্ঠ সংগঠকৰ সন্মান লাভ কৰা বিশ্বনাথ চাৰিআলিৰ আকাশ বিজ্ঞান আৰু পৰিৱেশ শিক্ষাকেন্দ্রত জার্মানীৰ চাইল্ডেইড নেটৱর্কৰ কেৰ’লিন স্ক’ঞ্জ উপস্থিত হয়৷ কেৰ’লিন স্ক’ঞ্জে বিজ্ঞান জনপ্রিয়কৰণৰ ৰাষ্ট্রীয় বঁটা লাভ কৰা ক্ষীৰধৰ বৰুৱাই ২০০১ চনত প্রতিষ্ঠা কৰা আকাশ শিশু বিজ্ঞান অনুষ্ঠানৰ শিশু শিক্ষাৰ লগত…
Read More...