ততাতৈয়াকৈ বিল উলিওৱাৰ নামত ধেমাজিত বিসংগতিপূৰ্ণভাৱে পথ নিৰ্মাণ
নিৰ্বাচনৰ প্ৰাকক্ষণত ততাতৈয়াকৈ বিল উলিওৱাৰ নামত ব্যাপক বিসংগতিৰে ধেমাজিত চলিছে একাংশ পথ নিৰ্মাণ। ধেমাজি পাঁচআলিৰ পৰা আদিকলীয়ালৈ লোকনিৰ্মাণ বিভাগৰ অধীনত নিৰ্মাণ হোৱা এটা পকীপথে সকলোৰে দৃষ্টি কাঢ়িছে।
পথৰ নিৰ্মাণ সম্পূৰ্ণ কৰি পথৰ ওপৰত বগা ৰঙো সানিলে। কিন্তু ২-৩ দিনৰ পিছতে ভৰিৰে মোহাৰি দিলেই বখলা বখলে এৰি যায় নিৰ্মীয়মাণ পথৰ ব্লেক টপিং। দীৰ্ঘদিনৰ…
Read More...