২৬ জানুৱাৰীৰ পৰা বগীবিলৰ কাৰেং চাপৰিত দশম মিচিং যুৱ মহোৎসৱ
ধেমাজি জিলাৰ বগীবিলৰ কাৰেং চাপৰিত ২৬ জানুৱাৰীৰ পৰা ৩০ জানুৱাৰীলৈকে পাঁচদিনীয়াকৈ অনুষ্ঠিত হ’ব দশম সংখ্যক মিচিং যুৱ মহোৎসৱ । ক্ৰমে সকলো মূল আৰু উপ-মণ্ডপৰ শুভাৰম্ভণি, পঞ্জীয়ন, যোগাসন আদি কাৰ্যসূচীৰে আৰম্ভণি কৰা বৰ্ণাঢ্য আৰু বৈচিত্ৰ্যময় অন্যান্য কাৰ্যসূচীৰে অনুষ্ঠিত হ’বলগীয়া এই মহোৎসৱত মিচিং জনগোষ্ঠীৰ পৰম্পৰাগত কৃষ্টি-সংস্কৃতি, নৃত্য-গীত, লোকবাদ্য…
Read More...