বিজেপিক ৰুধিব পাৰিবনে বিৰোধীয়ে
কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে দুদিনীয়া কার্যসূচীৰে অসম ভ্রমণ কৰি গ’ল৷ এই সময়ছোৱাত তেওঁ কেইবাখনো আঁচনিৰ আধাৰশিলা স্থাপন কৰিলে৷ বহু আঁচনিৰ শুভাৰম্ভ কৰিলে৷ ৰাজ্যবাসীক সম্বোধি উদাত্ত ভাষণ দিলে৷ ৰাজ্যখনত বিজেপিৰ মিত্রদলকেইটাৰ প্রতিনিধিৰে কথাও পাতিলে৷ মুঠতে নির্বাচনৰ প্রাক্ক্ষণত বিজেপিক পুনৰ অসমৰ ক্ষমতালৈ আনিবলৈ যিমানখিনি কৰিব লাগে, তাৰে এটাও বাকী…
Read More...