নিজকে সুধিব লগা কেইটামান প্রশ্ন
মোৰ এটা ডাঙৰ সৌভাগ্য যে বন্ধু–বান্ধৱৰ পৰা মই বহুত মূল্যৱান কিতাপ উপহাৰ হিচাপে পাওঁ৷ মোৰ ক্ষুদ্র লাইব্রেৰীটোৰ প্রায় এক চতুর্থাংশই এনেকৈ উপহাৰ হিচাপে পোৱা কিতাপ৷ আজিকালি অনলাইনযোগে কিতাপ সংগ্রহ কৰাটো আগতকৈ বহুগুণে সহজ হৈ পৰিছে৷ কিন্তু তেনেকুৱা সুবিধা নথকা অতীতৰ দিনবোৰত যিবোৰ কিতাপ আমাৰ দেশত দুষ্প্রাপ্য তেনেকুৱা কেইবাখনো কিতাপো মোৰ সহূদয়…
Read More...