ছিপাঝাৰৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী ডলি দেৱীৰ জীৱন সংগ্ৰাম; পিতৃৰ অসুস্থতাৰ বাবে চমজি লৈছে ঘৰৰ সমস্ত দায়িত্ব
-ৰঞ্জিত কুমাৰ নাথ
পিতৃৰ অসুস্থতাৰ বাবেই ছিপাঝাৰৰ এগৰাকী ষষ্ঠ শ্ৰেণীৰ ছাত্ৰীয়ে বাছি ল'বলগীয়া হৈছে কঠোৰ জীৱন সংগ্ৰামৰ পথ।।অধ্যয়নৰ সমান্তৰালকৈ ডলি দেৱী নামৰ তেৰ ভছৰীয়া ছাত্ৰী গৰাকীয়ে একপ্ৰকাৰ দায়িত্ব ল'বলগীয়া হৈছে পাচজনীয়া পৰিয়ালটিৰ। বিভিন্ন ধৰণৰ শাক- পাচলিৰ খেতিত মনোনিবেশ কৰাই নহয়,নিতৌ ৰাতিপুৱা চাইকেলত পাচলিৰ মোনা লৈ সেইবোৰ বিক্ৰী…
Read More...