প্রতিটো পুৱাতে
হোমেন বৰগোহাঞি
কেইবছৰমান আগতে মই এখন সৰু কিতাপত এটা সৰু কাহিনী পঢ়িছিলোঁ৷ ই আছিল এটা সত্য কাহিনী৷ পঢ়িবৰ দিন ধৰি মই সেই কাহিনীটো বুকুৰ মাজত কঢ়িয়াই লৈ ফুৰিছোঁ৷ প্রয়োজনৰ সময়ত সাহস আৰু শক্তি পাবলৈ মই সেই কাহিনীটো স্মৰণ কৰোঁ৷ আজি আপোনালোককো তাৰ ভাগ দিব খোজোঁ৷
মিছেছ জোনছ্ এগৰাকী ৯২ বছৰীয়া অন্ধ মহিলা৷ স্বামী–স্ত্রী কেইবাবছৰ ধৰি এটা বৃদ্ধ নিৱাসত বাস…
Read More...