অসমৰ বুকুলৈ দেশ–বিদেশৰ পর্যটকৰ হওক আগমন
চিৰসেউজীয়া অৰণ্যৰ মনোমোহা প্রাকৃতিক পৰিৱেশ তথা চহকী ইতিহাসৰ জীৱন্ত স্বাক্ষৰেৰে ভৰা অসমৰ প্রতিখন জিলাতে পর্যটনৰ প্রচুৰ সম্ভাৱনা আছে৷ এই লেখাটোত তাৰে এখন অত্যন্ত গুৰুত্বপূর্ণ আৰু পর্যটনৰ প্রচুৰ সম্ভাৱনা থকা জিলা শিৱসাগৰৰ বিষয়ে কিছু কথা আলোচনা আগ্বঢ়াব খুজিছোঁ৷
ছশ ছৰীয়া আহোম ৰাজত্বৰ কীর্তিচিহ্ণৰে পূর্ণ ঐতিহ্যমণ্ডিত শিৱসাগৰ, পুৰণি নাম কলঞ্চুপাৰ৷ ১৭৩১…
Read More...