বায়ু প্রদূষণ আৰু ভাৰতবর্ষ
সমগ্র বিশ্বত বায়ু প্রদূষণে এক ভয়ংকৰ বিপদ হিচাপে দেখা দিছে৷ ইয়াৰ প্রভাৱ জনসাধাৰণ, জীৱ–জন্তু, উদ্ভিদ আৰু অন্যান্য বয়–বস্তুৰ বাবেও ক্ষতিকাৰক ৰূপে চিহ্ণিত হৈছে৷ তথাপি আমাৰ দেশত জনসাধাৰণৰ আৰু চৰকাৰে বায়ু প্রদূষণক সহজভাৱে লোৱা যেন অনুমান হয়৷ বায়ু প্রদূষণ এক গভীৰ সমস্যা৷ আপুনি আৰু মই ভবাৰ দৰে ই নিৰাপদ নহয়৷ আমি ভবাতকৈ ই বহুগুণে ক্ষতিকাৰক৷
আপুনি কামত…
Read More...