আকৌ চীনৰ দাদাগিৰি
১৫ জুনৰ ৰক্তাক্ত সংঘাতৰ পাছত ২৯–৩০ আগষ্টৰ নিশা পুনৰবাৰ ভাৰতৰ ভূমিত অনুপ্রৱেশৰ অপচেষ্টা চলালে চীনে৷ প্রতিবেশী ৰাষ্ট্রখনৰ সেনাই লাডাখৰ পেংগং ছ’ হ্রদৰ দক্ষিণ অংশৰে ভাৰতৰ ভূমি দখল কৰাৰ অপচেষ্টা চলায়৷ অৱশ্যে ভাৰতীয় সেনা সষ্টম হৈ থকাত পি এল এৰ সেই চক্রান্ত ব্যর্থ হয়৷ ভাৰতীয় সেনাই চীনৰ সৈনিকৰ দলটোক বীৰত্বৰে খেদি পঠিয়াবলৈ সক্ষম হয়৷ ইয়াকে লৈ দুয়োপক্ষৰ মাজত…
Read More...