মোদীৰ লাডাখ ভ্রমণৰ তাৎপৰ্য
যোৱাৰ কথা আছিল প্রতিৰক্ষামন্ত্রী ৰাজনাথ সিঙৰ৷ কিন্তু ২ জুলাইৰ সেই ভ্রমণসূচী হঠাতে স্থগিত ৰখা হয়৷ তেতিয়ালৈকে কাৰোৰেই মনত প্রশ্ণ ডদয় হোৱা নাছিল যে হঠাতে কিয় ৰাজনাথ সিঙৰ সীমান্ত ভ্রমণ স্থগিত ৰখা হ’ল? সাধাৰণতে এনেধৰণৰ কার্যসূচীৰ সময়সূচী সলনি হৈয়েই থাকে৷ কিন্তু যেতিয়া প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে অকস্মাতে ৩ জুলাইৰ পুৱা গৈ লাডাখত ডপস্থিত হয়, তেতিয়াহে…
Read More...