ৰোগীৰ শৰীৰত ৫ সপ্তাহলৈকে থাকে ক’ৰোনা ভাইৰাছ
চীনৰ য়ুহান চহৰত আৱিষ্কাৰ হোৱা ন’ভেল ক’ৰোনা ভাইৰাছক কেন্দ্র কৰি বিশ্বৰ চিকিৎসক–বিজ্ঞানী–গ্ এতিয়া ব্যস্ত হৈ পৰিছে৷ সমগ্র পৃথিৱীতে বর্তমান ক’ৰোনা ভাইৰাছ বিয়পি পৰাৰ লগতে প্রাণ হেৰুৱাইছে প্রায় ৬,০০০ লোকে৷ কিন্তু এতিয়ালৈকে এই ক’ভিড–১৯ ভাইৰাছৰ কোনো প্রতিষেধক বা চিকিৎসা আৱিষ্কাৰ হোৱা নাই৷ অৱশ্যে বিজ্ঞানীসকলে এই ভাইৰাছ সন্দর্ভত বহু তথ্য উদ্ঘাটন কৰিছে৷ চীনৰ…
Read More...