জ্যোতিৰাদিত্য সিন্ধিয়াঃ বিজেপিত যোগদানেৰে নতুন ইনিংছ
পূর্বজ্যোতি চুতীয়া
যুৱ ৰাজনৈতিক নেতা জ্যোতিৰাদিত্য সিন্ধিয়াই বিজেপিত যোগদান কৰাৰ পিছত কংগ্রেছৰ শিবিৰত তীব্র জোকাৰণিৰ সৃষ্টি হৈছে৷ জ্যোতিৰাদিত্যৰ যোগদান বিজেপিৰ বাবে নিশ্চিতভাৱে এটা ইতিবাচক দিশ৷ সাধাৰণ জনতাৰ মাজত ব্যক্তিগতভাৱে জ্যোতিৰাদিত্যৰ খুব বেছি জনপ্রিয়তা নাথাকিলেও মধ্যপ্রদেশৰ দৰে ৰাজপৰিয়ালৰ বিশেষ সমাদৰ থকা ৰাজ্যখনত যুৱ নেতাজনে সামাজিক…
Read More...