ধৰ্ম আৰু বিজ্ঞান
হোমেন বৰগোহাঞি
যিকোনো এটা বৃহৎ নিৰ্মাণৰ কাম আৰম্ভ কৰাৰ আগতে ভাৰতীয় হিন্দুসকলে প্ৰকৃতিৰ পূজা কৰে । প্ৰকৃতি পূজাৰ এই প্ৰথা ধৰ্মনিৰপেক্ষ জৱাহৰলাল নেহৰুৰ দিনতো আছিল, হিন্দুত্ববাদী নৰেন্দ্ৰ মোডীৰ দিনতো অব্যাহত আছে । কাৰো বিশ্বাসত আঘাত কৰিব নোখোজোঁ । কিন্তু নিজৰ বিশ্বাস ব্যক্ত কৰাৰ অধিকাৰো হেৰুৱাব নোখোজোঁ ।
এই কথা কোনেও অস্বীকাৰ কৰিব নোৱাৰে যে…
Read More...