নাওমি ছাইব্টঃ থুনবার্গৰ সন্মুখত উদীয়মান ক্লাইমেট ৰিয়েলিষ্টৰ প্রত্যাহ্বান
পূর্বজ্যোতি চুতীয়া
জলবায়ু পৰিৱর্তনৰ বিৰুদ্ধে বিশ্বজোৰা আন্দোলনে জনপ্রিয়তা অর্জন কৰা গ্রেটা থুনবার্গলৈ আহিছে প্রত্যাহ্বান৷ যুৱপ্রজন্মৰ মাজত থুনবার্গৰ বিপুল জনপ্রিয়তা প্রশ্ণাতীত৷ কিন্তু এইবাৰ আন এগৰাকী কম বয়সীয়া যুৱতীয়ে শিৰোনাম দখল কৰিছে থুনবার্গৰ সম্পূর্ণ বিপৰীত মেৰুত স্থিতি গ্রহণ কৰি৷ ১৯ বছৰীয়া এই জার্মান যুৱতীগৰাকীৰ নাম নাওমি ছাইব্ট৷…
Read More...