উপন্যাস লিখি মই আটাইতকৈ স্বাচ্ছন্দ্য অনুভৱ কৰোঁ
🔹 বিশিষ্ট ঔপন্যাসিক মণিকুন্তলা ভট্টাচার্য
অসমৰ প্রসিদ্ধ ঔপন্যাসিক, গল্পকাৰ তথা কবি মণিকুন্তলা ভট্টাচার্য নাৰীৰ মনস্তত্ত্বৰ ওপৰত ভিত্তি কৰি লিখা উপন্যাসসমূহৰ বাবে পঢ়ুৱৈ সমাজৰ মাজত অতিশয় জনপ্রিয়৷ ছাত্রী অৱস্থাৰ পৰা এগৰাকী সাহিত্যিক হোৱাৰ সপোন দেখা ভট্টাচার্যই বিগত দুটা দশকৰো অধিককাল অসংখ্য গল্প, উপন্যাস, কবিতা, শিশু সাহিত্য আৰু অনুবাদ কর্মৰ সৈতে…
Read More...