শৈশৱৰে পৰা সন্তানক ভুল-শুদ্ধৰ শিক্ষা দিব লাগিব, কেনেকৈ আগবাঢ়িব
বিশেষ বাৰ্তা,১৪ জুনঃ সকলো মাক-দেউতাকেই সন্তানক ভাল মানুহ হিচাপে গঢ়ি তুলিব বিচাৰে। সেয়ে শৈশৱৰে পৰা সন্তানক শুদ্ধ আৰু ভুলৰ শিক্ষা দিয়া খুবেই গুৰুত্বপূর্ণ। কিন্তু শৈশৱৰ ধর্মই হ'ল ভুল কৰা। সেয়ে শৈশৱৰ ভুল-ভ্রান্তি নিয়ন্ত্রণ কৰা কেতিয়াবা মাক-দেউতাকৰ পক্ষেও খুবেই কঠিন হৈ যায়। কিছুমান ভুল খুবেই ক্ষতিকাৰক, তাৰ পাছতো বেছি কঢ়া হ'লেই হিতে বিপৰীত হ'ব পাৰে।…
Read More...