সেৱনৰ পিছত আপোনাৰ শৰীৰত কিমান সময়লৈ থাকে সুৰা! জানেনে?
নিয়মীয়া বাৰ্তা, ৩০নৱেম্বৰ: মাদক দ্ৰব্য সেৱন কৰাৰ লগেলগে ব্যক্তিজনৰ আচৰণ সলনি হ’বলৈ আৰম্ভ কৰে। শৰীৰত সুৰাৰ পৰিমাণ বৃদ্ধিৰ লগে লগে মাত সলনি হ’বলৈ আৰম্ভ কৰে আৰু কিছু সময়ৰ পাছত খোজ কঢ়াতো অসুবিধা হয়। কিন্তু পিছত যেতিয়া সুৰাৰ নিচা ক্ৰমান্বয়ে কমি যায় তেতিয়া পৰিস্থিতি স্বাভাৱিক হৈ পৰে।
এনে পৰিস্থিতিত এটা প্ৰশ্ন উত্থাপন হয় যে সুৰা সেৱনৰ পিছত সুৰাৰ…
Read More...