ডিকোডিং জীৱন : পার্থসাৰথি মহন্ত
নিৰপেক্ষ পক্ষপাত
কুৰুক্ষেত্র যুদ্ধৰ আগতে নিজৰ নিজৰ পক্ষৰ পৰা যুদ্ধ কৰাৰ প্রস্তাৱ লৈ অর্জুন আৰু দুর্যোধন কৃষ্ণৰ ওচৰলৈ গৈছিল৷ দুর্যোধন অর্জুনতকৈ কিছু আগতেই গৈ পাইছিল৷ কৃষ্ণই কিন্তু নিজকে নিৰপেক্ষ বুলি দেখুৱাব খুজিছিল৷ সেই কাৰণে বিছনাত শুই দিলে আৰু এখনেই চকী ৰাখিলে মূৰৰ ফালে৷ দুর্যোধন আহি পাই কৃষ্ণক শুই থকা দেখি মূৰৰ ফালে বহিল৷ কৃষ্ণই ভালদৰে…
Read More...