বিশেষ লেখা : বডোফা উপেন্দ্রনাথ ব্রহ্মক স্মৰণ
ভয়ৰ পৰা আত্মবিশ্বাস, হিংসাৰ পৰা শান্তি : বডোফা উপেন্দ্রনাথ ব্রহ্মক স্মৰণ
প্রমোদ বড়ো
বডোফা উপেন্দ্রনাথ ব্রহ্মৰ ৬৭সংখ্যক জন্ম জয়ন্তীত অসমৰ মাননীয় মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা ডাঙৰীয়াই বডোফাৰ ওপজা দিনটোক ছাত্র দিৱস হিচাপে ঘোষণা কৰাৰ বাবে তেওঁলৈ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ৷ সমগ্র ৰাজ্যতে দিৱসটো পালন আৰু উদযাপন কৰা হ’ব৷ এই উল্লেখযোগ্য স্বীকৃতিটো…
Read More...