আর্য্য/আর্য, কার্য্য/কার্য, সূর্য্য/সূর্য…
অন্তঃস্থ (অর্থাৎ ভিতৰত স্থিত) ‘য’–টোত ৰেফ্ থাকিলে (য) মই তাত কিয় য়–কাৰ (–‘য–কাৰ’ নহয়) দিওঁ (য্য), সেই প্রশ্ণ মোক অনেকেই কৰে৷ অৱশ্যে সেই প্রশ্ণ কৰোঁতা বেছিভাগ লোকৰে মনোভাৱ অভিযোগসূচক নহয়৷ প্রশ্ণৰ সুৰতো নাথাকে অভিযোগ৷ সেইসকল লোকৰ প্রায় আটায়ে মোৰ এই অভ্যাস বা কর্মটোক সমর্থনহে কৰে৷ সেইসকল লোকৰ মূল কথাটো হ’ল, অসমীয়াত যিবোৰ শব্দত ‘য’–টোত হলন্ত উচ্চাৰণ বা…
Read More...