মিছলীয়া
(১)
এদিন এজন ল’ৰাই তাৰ দেউতাকৰ লগত চার্কাছ চাবলৈ গৈছিল৷ চার্কাছৰ টিকট কিনিবৰ কাৰণে মানুহে দীঘলীয়া শাৰী পাতি কিউ কৰিছিল৷ ল’ৰাজনে দেখিলে যে তেওঁলোক দুজনৰ ঠিক আগতে এটা ডাঙৰ পৰিয়াল– মাক, দেউতাক আৰু ৮টা ল’ৰা–ছোৱালী– টিকট কিনিবৰ কাৰণে শৃংখলাবদ্ধ হৈ থিয় দি আছে৷ পৰিয়ালটো দেখিলেই বুজা যায় যে তেওঁলোক শিক্ষিত আৰু শিষ্টাচাৰী কিন্তু তেওঁলোকৰ আর্থিক অৱস্থা…
Read More...