ইতিহাসৰ জলঙাৰে যোৰহাট অভিযান্ত্রিক মহাবিদ্যালয়
স্বকীয় বৈশিষ্ট্য৷ স্বকীয় বৈশিষ্ট্য হৈছে নিজা বৈশিষ্ট্য বা বিশেষত্ব বা বিশিষ্টতা৷ এনে স্বকীয় বিশিষ্টতা ৰক্ষা কৰি কিছু অনুষ্ঠান–প্রতিষ্ঠানৰ্ পৰা আৰম্ভ কৰি ব্যক্তিগত বিশেষ কিছু দিনত উদ্যাপন কৰা হয় উৎসৱ৷ যাক বুলিব পাৰি জয়ন্তী৷ পঁচিশ বছৰত পতা উৎসৱ হৈছে ৰূপালী জয়ন্তী৷ পঞ্চাশ বছৰত উপনীত হোৱা উৎসৱ হৈছে সোণালী জয়ন্তী৷ ঠিক তেনেদৰে আহে হীৰক জয়ন্তী৷ ৬০ বছৰ…
Read More...