চিকিৎসকৰ মতে জন্মৰ পাছত ২৪ ঘণ্টাও বাচি থকাৰ আশা নাছিল; তেওঁৰ বয়স আজি ৪৪ বছৰ…
পিছলৈ মূৰ দিয়ে জন্ম। এনেকৈয়ে পাৰ কৰিলে জীৱনৰ ৪৪ টা বসন্ত। ওলোটা মূৰ লৈ জন্ম হোৱা এইগৰাকী ব্যক্তিৰ পৰিয়ালক চিকিৎসকে জন্মৰ পিছতে জনাইছিল যে ২৪ ঘণ্টাও লোকজন বাচি থকাৰ আশা নাই।
উত্তৰ-পূব ব্রাজিলৰ ৰাজ্য বাহিয়াত ক্লোদিও ভিয়েৰা ডি অলিভাৰিয়া জন্মগ্রহণ কৰিছিল আর্থ্রোগ্রিপোছিচ মাল্টিপ্লেক্স কনজেনাইটা নামৰ এক বিৰল ৰোগ আক্ৰান্ত হৈ।
জীৱনৰ বহু কিছু কথাৰ…
Read More...