ভাৰতৰে যুঁজিবলৈ আঠ সপ্তাহ বলিঙৰ পৰা আঁতৰি থাকিব পেট কামিন্স
নিয়মীয়া বাৰ্তা ডিজিটেল, ১৮ আগষ্টঃ ভাৰতীয় ক্ৰিকেট দলৰ বাবে নৱেম্বৰ মাহটো গুৰুত্বপূৰ্ণ হ’ব, কাৰণ নৱেম্বৰৰ শেষ সপ্তাহৰ পৰা জানুৱাৰী মাহৰ প্ৰথম সপ্তাহলৈকে ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী অনুষ্ঠিত হব। দুয়োটা দলে ইয়াৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে। অষ্ট্ৰেলিয়াৰ বেগী বলাৰ তথা অধিনায়ক পেট কামিন্সে এই ট্ৰফী কোনো সুৰুঙা নোহোৱাকৈ ৰাখিব…
Read More...