বিশ্ব শ্বুটিঙত অংশগ্ৰহণ অনিশ্চিত মনু ভাকেৰ
নিয়মীয়া বাৰ্তা ডিজিটেল, ১৪ আগষ্টঃ বিশ্বকাপ শ্বুটিঙত অংশগ্রহণ অনিশ্চিত হৈ পৰিছে সদ্যসমাপ্ত পেৰিছ অলিম্পিকত দুটাকৈ পদক জয় কৰি ইতিহাস ৰচনা কৰা মনু ভাকেৰৰ৷ নতুন দিল্লীত অহা অক্টোবৰ মাহত অনুষ্ঠিত হ’ব বিশ্বকাপ শ্বুটিং৷ এই সন্মানীয় প্রতিযোগিতাখনত মনু ভাকেৰৰ অংশগ্রহণ সন্দর্ভত খেলুৱৈগৰাকীৰ প্রশিক্ষক যশপাল ৰাণাই কয় যে অলিম্পিকত দুটাকৈ পদক জয়ী মনুৱে তিনি মাহৰ…
Read More...