বিশ্বকাপৰ ফাইনেলত উপেক্ষিত কপিল দেৱ
বিশেষ বাৰ্তা, ২০ নৱেম্বৰ : বিশ্ববিজয়ী অধিনায়কসকলক ভাৰত আৰু অষ্ট্রেলিয়াৰ মাজত অনুষ্ঠিত ফাইনেলৰ মাজতে বিশেষ সম্বর্ধনা জনোৱা হয়৷ এই অনুষ্ঠানত উপস্থিত থাকে ভাৰত, ৱেষ্ট ইণ্ডিজ, অষ্ট্রেলিয়া, শ্রীলংকা আৰু ইংলেণ্ডৰ বিশ্বকাপ বিজয়ী অধিনায়কসকল৷ কিন্তু উপস্থিত থাকিব নোৱাৰিলে ইমৰান খান৷ সম্প্রতি তেওঁ দেশখনৰ কাৰাগাৰত বন্দী হৈ আছে৷ ফলত বিশ্বকাপৰ ফাইনেলত অন্য সকলো…
Read More...