বিশ্বকাপৰ Do or Die মেচত মুখামুখি ভাৰত-জিম্বাবোৱে
টি–২০ বিশ্বকাপৰ ছুপাৰ ৮ পৰ্যায়ত আজি টীম ইণ্ডিয়াই জিম্বাবৱেৰ সন্মুখীন হ’ব চেন্নাইত। দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ৭৬ ৰানত পৰাজয়ৰ পাছত এই খেলখন ভাৰতৰ বাবে এতিয়া Do or Dieৰ দৰে গুৰুত্বপূৰ্ণ হৈ পৰিছে।
আগৰ খেলখনত ৱাশ্বিংটন সুন্দৰক সুযোগ দিয়াৰ সিদ্ধান্ত দলৰ বাবে ফলপ্ৰসূ নহ’ল। তেওঁ না বলিঙত উইকেট লাভ কৰিব পাৰিলে, না বেটিঙত বিশেষ অৱদান আগবঢ়াব পাৰিলে। ফলত…
Read More...