সৌন্দর্য চর্চাত আইচ কিউব
প্রখৰ উত্তাপে সকলোৰে দৈনন্দিন জীৱনত প্রভাৱিত কৰিছে৷ এই সময়ছোৱাত ছালৰ যতন লোৱাটো খুবেই গুৰুত্বপূর্ণ৷ ঘৰতে থকা কিছুমান সামগ্রীৰে আমি সহজে ছাল আৰু মুখমণ্ডলৰ যত্ন ল’ব পাৰোঁ৷ আজি ক’ব খোজা হৈছে সৌন্দর্য চর্চাত আইচ কিউবৰ ব্যৱহাৰৰ বিষয়ে৷
rবিলাহী আৰু নেমুৰ ৰস আইচ ট্রেট থৈ আইচ কিউব বনাই ল’ব৷ এতিয়া এই আইচ কিউবটো প্রতিদিনে দুবাৰকৈ আপোনাৰ ডার্ক ছার্কলৰ ওপৰত…
Read More...