যুৱ প্ৰজন্মৰ মাজত কিয় বৃদ্ধি পাইছে কৰ্কট ৰোগীৰ সংখ্যা ?
বিশ্ব স্বাস্থ্য সন্থাই প্ৰকাশ কৰা তথ্য অনুসৰি বিগত কিছু বছৰত সমগ্ৰ বিশ্বজুৰি যুৱচামৰ মাজত কৰ্কট ৰোগীৰ সংখ্যা উদ্বেগজনক ভাৱে বৃদ্ধি পাবলৈ ধৰিছে ৷ চিকিৎসক আৰু বিশেষজ্ঞসকলে এই স্থিতিৰ বাবে যুৱচামে বাচি লোৱা অ-স্বাস্থ্য সন্মত জীৱনশৈলী, অতিৰিক্ত ওজন তথা মেদবহুলতাৰ ফলত দেখা দিয়া সমস্যাবোৰ আৰু তেওঁলোকৰ মাজত প্ৰচলিত ধুম্ৰপান নাইবা নিচাযুক্ত দ্ৰব্যৰ ব্যৱহাৰ…
Read More...